TENSE

Tense’ ৰ সন্মন্ধ হ’ল verb ৰ লগত । এটা বাক্য কোন tense ত আছে, সেই কথাটো আমি বাক্যটোৰ verb টোলৈ লক্ষ্য কৰিলেই গম পাওঁ । যেনে—

I go to school every day.

I went to school yesterday.

I shall go to school tomorrow.

Verbৰ ৰুপ নাইবা form সলনি কৰি আমি এটা sentenceক অন্য tense লৈ নিব পাৰো ।

There are three main Tenses:-

  1. The Present
  2. The Past
  3. The Future
Advertisements